Selection of Potential Players for Mini National and East Zone Roll Ball Championship

মিনি ৰাষ্ট্ৰীয় আৰু পূব মণ্ডল ৰোলবল চেম্পিয়নশ্বিপৰ বাবে সম্ভাৱ্য খেলুৱৈ বাচনি
অলিম্পিয়া স্প’টছৰ প্ৰতিবেদন়ঃ
অনাগত ১৪ সংখ্যক মিনি ৰাষ্ট্ৰীয় আৰু পূব মণ্ডল ৰোলবল ( ১৬ বছৰ অনূৰ্ধ্ব) চেম্পিয়নশ্বিপৰ বাবে অসম ৰোল বল সন্থাই ল’ৰা আৰু ছোৱালীৰ সম্ভাৱ্য খেলুৱৈৰ দলদুটা বাচনি কৰিছে । সন্থাৰ ৰাজ্যিক সম্পাদক ভূমিধৰ বৰ্মনে জনোৱা অনুসৰি নিৰ্বাচিত খেলুৱৈসকল হ’ল —-
ছোৱালী ঃ ৰিদিশা শৰ্মা (কামৰূপ মেট্ৰ’), কৃষ্টিনা কাশ্যপ (কামৰূপ মেট্ৰ’), নিষ্ঠা চলিহা (কামৰূপ মেট্ৰ’), দিশা ৰাজকুমাৰী (ডিব্ৰুগড়), জাছিংফা ফুকন (ডিব্ৰুগড়), ছিফিয়া হাছিন (গুৱাহাটী), অনুসূয়া বৰঠাকুৰ (গুৱাহাটী), শ্বাহৰিন হুছেইন (গুৱাহাটী), গৌৰীশিখা কলিতা (গুৱাহাটী), অদিতি লহকৰ (কামৰূপ মেট্ৰ’), ছেলিনা বসুমতাৰী (কামৰূপ মেট্ৰ’), অস্মিতা বৰা (তিনিচুকীয়া), ধ্ৰুৱী
মহন্ত (কামৰূপ মেট্ৰ’), হৰ্ষিকা ৰায় (দক্ষিণ কামৰূপ), জেচিকা ৰয় (দক্ষিণ কামৰূপ) আৰু জানভি গাৰ্গ (দক্ষিণ কামৰূপ) ।
ল’ৰা ঃ মৌৰ্য দাস (গুৱাহাটী) পাৰ্থ জৈন (গুৱাহাটী), জয়দান হুছেইন (গুৱাহাটী), যুৱল শ্বাহ (গুৱাহাটী), কৃষাং বৰদলৈ
(গুৱাহাটী), মিলন বৰদলৈ (গুৱাহাটী), কিয়ান সিং (নলবাৰী), দিব্যাংশু পাটোৱাৰী (নলবাৰী), শ্বাহৰিয়াৰ সামনুৰ (নলবাৰী),
শ্ৰেয়াংশ ওজা (নলবাৰী), হীৰক জ্যোতি গগৈ (তিনিচুকীয়া), কনজ্যোতি বৰদলৈ (দক্ষিণ কামৰূপ), প্ৰিয়ংক অধিকাৰী (দক্ষিণ কামৰূপ), ফিজান আহমেদ (দক্ষিণ কামৰূপ), গীতাংশু বৰা (কামৰূপ মেট্ৰ’), ব্যোম চক্ৰৱৰ্তী (কামৰূপ মেট্ৰ’), মিভান বৰুৱা (কামৰূপ মেট্ৰ’),
হৰ্ষিত ঢেকিয়াল (ডিব্ৰুগড়), কৃষ্ণাজ্ঞ গগৈ (ডিব্ৰুগড়), দীপাংশ আগৰৱাল (কামৰূপ), যশপ্ৰীত সিং (কামৰূপ), ৰুদ্ৰ শৰ্মা (কামৰূপ), মনৱিক আগৰৱাল (কামৰূপ), তেজোশময় শইকীয়া (ডিব্ৰুগড়), নিয়ৰ হাজৰিকা (কামৰূপ মেট্ৰ’) আৰু অদিক্ষিত গগৈ (তিনিচুকীয়া) ।
দলৰ প্ৰশিক্ষকদ্বয় ঃ ৰামু বৰদলৈ আৰু স্বপন পল ।তালিকাভুক্ত সকলো খেলুৱৈক ১৫ আগষ্টৰ সন্ধিয়া ৫ বজাত এদিনীয়া বাচনিৰ বাবে দিছপুৰৰ ৰুদ্ৰ সিংহ ৰোল বল খেলপথাৰত উপস্থিত থাকিবলৈ অনুৰোধ জনোৱা হৈছে । ইয়াৰ পৰাই ৰাষ্ট্ৰীয় চেম্পিয়নশ্বিপৰ লগতে তৃতীয় পূব মণ্ডল ৰোল বল চেম্পিয়নশ্বিপৰ বাবে দল বাচনি কৰা হ’ব ।